Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা

টিকনি বৰুৱা এবিধ গছ, এই টিকনি বৰুৱাৰ কুমলীয়া আগ শাক হিচাপে খোৱা হয়, খাবলৈ ভাল।(Tikoni Baruah) টিকনি বৰুৱাৰ ঔষধি গুণো আছে। মধুমেহ ৰোগীয়ে ইয়াৰ শাক, নিয়মীয়াকৈ খালে ৰোগৰ মাত্ৰা কমি থাকে। টিকনি বৰুৱাৰ বৈজ্ঞানিক নাম Byttneria grandiflora, ইংৰাজী নাম Bitter climber ৷ ব’হাগ বিহুত খোৱা এশ এবিধ শাকৰ মাজত এই টিকনি বৰুৱা শাকো এবিধ ৷ টিকনি বৰুৱাই ছালৰ ৰোগ নিৰাময়, প্ৰস্ৰাৱৰ সমস্যা, ডায়েৰিয়া আদি ৰোগত উপকাৰ কৰে ৷(Rongali Bihu)

গৰু, বিহুৰ দিনা টিকনি বৰুৱাৰ লতা এডাল, অসমীয়া মানুহে ঘৰৰ,মূল, দুৱাৰৰ, ওপৰত,আৰি,থয়। জনবিশ্বাসমতে টিকনি বৰুৱাৰ লতা ঘৰৰ,বেৰত,বা, দুৱাৰৰ ওপৰত আৰি থলে, ভূত প্ৰেত, আদি অশুভ শক্তি,ঘৰত, প্ৰবেশ,কৰিব, নোৱাৰে। টিকনি বৰুৱাৰ ঔষধি গুণো, আছে। মধুমেহ ৰোগীয়ে ইয়াৰ শাক, নিয়মীয়াকৈ খালে ৰোগৰ মাত্ৰা কমি থাকে।

Related Articles