Breaking

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক নিলম্বন…

0 118

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক নিলম্বন। নিলম্বিত ৱাজেদ নজৰত শাখাৰ কৰ্মচাৰী।

এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৱাজেদৰ বিৰুদ্ধে। তিনিচুকীয়া সদৰ থানাত POCSO আইনৰ অধীনত ৰুজু হৈ আছে গোচৰ।

বৰ্তমানো পলাতক হৈ আছে ৱাজিদ হুছেইন। আয়ুক্তৰ শ্ব’কজৰ উত্তৰ নিদিয়াৰ বাবে নিলম্বন ৱাজেদ হুছেইনক।

Leave A Reply

Your email address will not be published.