Breaking

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস…

0 16

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শৰ পাছত ১৯৯৯ চনৰ ১২ আগষ্টত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছিল । যুৱ দিৱসৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু

ৰাজনৈতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু মতামত গ্ৰহণ কৰি আলোচনাৰ পথ প্ৰশস্ত কৰা ।

কংগ্ৰেছ দলে বিশ্বাস কৰে যে যুৱ শক্তি ভাৰতৰ প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ভেটি আৰু দৃষ্টিভংগী হৈছে তেওঁলোকক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰতিটো পৰ্যায়ত শক্তিশালী কৰা।

Leave A Reply

Your email address will not be published.