Breaking

আজি কাৰ্গিল বিজয় দিৱস, লাডাখত বিজয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

0 35

আজি কাৰ্গিল বিজয় দিৱস৷ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে ভাৰতীয় সেনাৰ বিশাল আয়োজন৷ লাডাখত বিজয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷

আজিৰ দিনটোতে আমাৰ ভাৰতীয় যোদ্ধাসকলে চুবুৰীয়া দেশ পাকিস্তানৰ সেনাবাহিনীক পৰাস্ত কৰিছিল। বীৰত্ব আৰু বীৰত্বৰ কাহিনী লৈ আজি কাৰ্গিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱানসকলক জনাই শ্ৰদ্ধাঞ্জলি।

Leave A Reply

Your email address will not be published.