Breaking

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস, এই বৰ্ষৰ স্বাধীনতা দিৱসৰ থীম হৈছে ‘বিকশিত ভাৰত ২০৪৭’…

0 34

আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই বৰ্ষৰ স্বাধীনতা দিৱসৰ থীম হৈছে ‘বিকশিত ভাৰত ২০৪৭’। আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস । লালকিল্লাত পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিগৰাকী দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

সমগ্ৰ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাহুল গান্ধীৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে দেশবাসীক। দেশবাসীলৈ স্বাধীনতা দিৱসৰ ওলগ জনাই অসমমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

Leave A Reply

Your email address will not be published.