Breaking

আজি ভাদ মাহৰ প্ৰথমটো দিন।পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ

0 31

আজি ভাদ মাহৰ প্ৰথমটো দিন।পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ।

ভকত-বৈষ্ণৱৰ ভক্তি বন্দনাৰে দেওবাৰৰ পুৱাৰে পৰা মুখৰ হল ৰাজ্যৰ সত্ৰ-নামঘৰ। ধূপ-দীপ জ্বলাই, নৈবেদ্য আগবঢ়াই নাম-প্ৰসংগৰে নেদেখাজনৰ আশীৰ্বাদ কামনা ভক্তৰ।

আধ্যাত্মিকতা অমলিন আনন্দৰ নিজৰা বোৱাই অসমীয়াক ভক্তিৰসেৰে উজ্জীৱিত কৰিবলৈ এয়া ভাদ মাহৰ প্ৰথমটো দিন।

Leave A Reply

Your email address will not be published.