Breaking

আজি SI জোনমণি ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী, মাতৃৰ চকুত চকুলো…

0 36

আজি SI জোনমণি ৰাভাৰ প্ৰথম মৃত্যুবাৰ্ষিকী।

এটা বছৰ সম্পূৰণ হ’ল জোনমণি ৰাভাৰ মৃত্যু হোৱা।

জোনমণি ৰাভাৰ সদগতিৰ কামনাৰে ঘৰত পূজা-অৰ্চনা।

২০২৩ চনৰ ১৫ মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই।

এটা বছৰৰ ভিতৰতে জীয়ৰী, পুত্ৰক হেৰুৱাই আজি জোনমণি ৰাভাৰ প্ৰথমটো মৃত্যু তিথিত কেৱল কান্দিছে আৰু কান্দিছে।

Leave A Reply

Your email address will not be published.