Breaking

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট, দিনৰ ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে…

0 24

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট৷ দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷

একেৰাহে সপ্তমবাৰলৈ বাজেট দাখিল কৰি অভিলেখ গঢ়িব সীতাৰমণে৷ পূৰ্বে মোৰাৰজী দেশাইয়ে একেৰাহে ৬ বাৰ দাখিল কৰিছিল বাজেট৷

Leave A Reply

Your email address will not be published.