Breaking

আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ…

0 26

আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ।

৮ ৰাজ্যৰ ৫৭ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

EVMত বন্দী হ’ব ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।

Leave A Reply

Your email address will not be published.