Breaking

অম্বুবাচী মেলাৰ দ্বিতীয়টো দিন, ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা…

0 23

আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ দ্বিতীয়টো দিন৷

উখল-মাখলৰ পৰিৱেশ নিলাচলৰ বুকুত।

ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা।

২৬ জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ৷

Leave A Reply