সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি। শুনানিত অংশ ল’ব উজনিৰ ৯খন জিলাই…

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি।

সমষ্টি নির্ধাৰণৰ ৰাজহুৱা শুনানিৰ আজি অন্তিম দিনা কলাক্ষেত্ৰত তিনিটা প্ৰেক্ষাগৃহত পুৱা ৯.৩০ বজাৰ পৰা আয়োগে লৈছে শুনানি।

এই শুনানিত উজনি অসমৰ ৯খন জিলাৰ ২৮টা বিধানসভা সমষ্টিৰ শুনানি ল’ব।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত শিৱসাগৰ, যোৰহাট জিলাৰ শুনানি হ’ব।

আনহাতে মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট, মাজুলীৰ শুনানি হ’ব।

Related Articles