Breaking

আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন…

0 12

আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন।

দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে কামাখ্যা ধামত।

ভক্তৰে উখল-মাখলৰ পৰিৱেশ নীলাচলৰ বুকুত।

শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি।

২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি।

Leave A Reply