Breaking

নগৰবেৰাৰ কল্যাণপুৰত পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা

0 1,289

ঈদৰ লগত সংগতি ৰাখি কল্যাণপুৰ ছেভেন ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় এই নাওঁ খেলৰ।দূৰদূৰণিৰ কেইবাখনো নাওঁয়ে যোগদান কৰিছে জনপ্ৰিয় এই নাওঁ খেল প্ৰতিযোগিতাত৷জাতি, ধৰ্ম, বৰ্ণ, নিৰ্ভীষেকে একতা, ঐক্য, ভাতৃত্ববোধ গঢ় দিয়াৰ উদ্দেশ্য প্ৰত্যেক বছৰে কল্যাণপুৰ বাসী ৰাইজে পৰম্পৰা ৰক্ষা কৰি কৰ্নৈ নদীত অনুষ্ঠিত কৰে এই নাও খেল প্ৰতিযোগিতা৷

কল্যাণপুৰ কৰ্নৈ নদীত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ পৰম্পৰাগত এই নাও খেল চাবলৈ নৈৰ পাৰলৈ হিলদোল ভাঙি ওলাই আহিল জনতা।আশীৰ্বাদ নামৰ নাও দলটোৱে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.