Breaking

দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনা ! ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এহাল যুৱক-যুৱতী…

0 101

দুলীয়াজানত শোকাৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এহাল যুৱক-যুৱতী।

দুলীয়াজানৰ সমীপৰ বৰপথাৰ তিনিআলিত এই ঘটনা। সংকটজনক অৱস্থাত আহত আন এজনক AMCHলৈ প্ৰেৰণ। বিহুতলীত কৰম সন্মিলন উপভোগ কৰি বৰডুবি অভিমুখে গৈ আছিল দুয়ো।

ডাম্পাৰৰ সৈতে স্কুটীৰে মুখামুখি সংঘৰ্ষত মৃত্যু দুয়োৰে। ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰখনৰ চালকৰ। এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত যুৱক-যুৱতীৰ পৰিচয়।

Leave A Reply

Your email address will not be published.