Breaking

মৈৰাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক

0 48

মৰিগাঁও জিলাৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীয়ে যৌথভাবে চলোৱা এক অভিযানত দুটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ ইমদাদুল হক আৰু
মৰিগাঁৱৰ মিকিৰভেটাৰ বালিজান গাঁৱৰ কাদিৰ গুণী।

সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে দহটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, AS02 AE 2493 আৰু AS02AE 2493 নম্বৰৰ দুখন বাইক জব্দ কৰাৰ লগতে দুটা মোবাইল ফোন জব্দ কৰে।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ আনুমানিক মূল্য ৩০ লাখ টকা হ’ব বুলি সূত্ৰত প্ৰকাশ পাইছে।

Leave A Reply

Your email address will not be published.