Breaking

সৰস্বতী নয়নমিলন ডান্স একাডেমীৰ উদ্যোগত মুম্বাইত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ প্ৰতিযোগিতাত খিতাপ অৰ্জন দুই অসম কন্যাৰ

0 42

নাজিৰা সৰস্বতী নয়নমিলন ডান্স একাডেমীৰ উদ্যোগত মুম্বাইৰ মহাৰাষ্ট্ৰত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ প্ৰতিযোগিতা অসমৰ ৬ গৰাকীকৈ প্ৰতিযোগীয়ে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।প্ৰতিযোগীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে নাজিৰা সৰস্বতী নয়ন মিলন ডান্স একাডেমীয়ে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা দুগৰাকীকৈ প্ৰতিযোগী ক্ৰমে যোৰহাটৰ তন্ময়ী বড়া আৰু লাকুৱাৰ প্ৰিন্সি বড়া।

এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা দুগৰাকী প্ৰতিযোগীক লৈ নাজিৰাৰ সৰস্বতী নয়নমিলন ডান্স একাডেমীত অনুস্থিত হয় এখন সংবাদমেলৰ লগতে অভিনন্দন অনুষ্ঠানো।ইয়াৰ লগতে আয়োজিত অনুষ্ঠানটিত উপস্থিত থাকে নাজিৰাৰ কেইবাজনো সংবাদ কৰ্মীৰ লগতে কেইবাজনো সংস্কৃতি প্ৰেমী ব্যক্তি।

Leave A Reply

Your email address will not be published.