Breaking

ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণত ছহিদ ২জন জোৱান, আহত ৪জন জোৱান…

0 16

ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণ৷ বিস্ফোৰণত ছহিদ ২জন জোৱান, আহত ৪জন জোৱান৷

বীজাপুৰৰ ঘন জংঘলত এই বিস্ফোৰণ৷

সেনাৰ অভিযানৰ সময়তে IED বিস্ফোৰণ নক্সালবাদীৰ৷

Leave A Reply

Your email address will not be published.