Breaking

প্ৰধানমন্ত্ৰী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিশ্বৰ দুখন জনপ্ৰিয় বাতৰি কাকতে…

0 103

বিশ্বৰ দুখন জনপ্ৰিয় বাতৰি কাকতে প্ৰধানমন্ত্ৰী আৰু আদানীৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে – এয়া ভাৰতৰ সন্মানৰ ওপৰত দাগ।

ৰাহুল গান্ধীৰ টুইট….

প্ৰধানমন্ত্ৰী, এই সম্পৰ্কক কি বুলি কোৱা হয়?

আদানীৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰিবলৈ কিয় দ্বিধাবোধ কৰিছে?

Leave A Reply

Your email address will not be published.