গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা ! দুই কিশোৰীক কু-কৰ্ম ৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated Aug 25, 2024 0 20 Share গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা। দুই কিশোৰীক যৌন নিৰ্যাতন দুই পাষণ্ডৰ। ৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ কু-কৰ্ম। ঘটনাৰ পাছতে সুশীল নাথক গ্ৰেপ্তাৰ আৰক্ষীৰ। বৰ্তমানো গ্ৰেপ্তাৰ কৰিব পৰা নাই চিত্ৰ ৰায়ক। CRIME 0 20 Share