Breaking

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ…

0 9

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ।

পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ মৃতদেহ।

এতিয়াও সন্ধান নাই বিষ্ণু দাস নামৰ আনজন কিশোৰৰ।

Leave A Reply

Your email address will not be published.