কাশ্মীৰত পুনৰ শ্বহীদ বীৰ জোৱান।(Udhampur)
উধমপুৰৰ দুদু বসন্তগড়ত সন্ত্রাসবাদীৰে তুমুল সংঘর্ষ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছৰ এজন জোৱান শ্বহীদ।
CRPFৰ দলটোৰ নেতৃত্বত আছিল ছহিদ জোৱানজন।(Jammu and Kashmir)
বসন্তগড়ৰ অতব্য অৰণ্যত লুকাই আছিল সন্ত্ৰাসবাদী কেইটা।
ভাৰতীয় সেনাৰ অভিযানত কঁপিছে পাকিস্তান।
কিছু সময় পিছতেই চলিব চাৰ্জিকেল ষ্ট্ৰাইক।

