Breaking

শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ ধমকি আলফা (স্বাঃ)ৰ

0 61

শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ ধমকি আলফা (স্বাঃ)ৰ

দিছপুৰ আৰক্ষী থানাত শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিছিল এজন লোকে গৌৰৱ সমানি নামৰ লোকজনে

দিছপুৰত শৃংখলৰ বিৰুদ্ধে দিছিল গোচৰ অনতিপলমে এই গোচৰ উঠাই ল’বলৈ গৌৰৱ সমানিক সকীয়নি আলফাৰ

উক্ত গোচৰৰ ভিত্তিত শৃংখল চলিহাক গ্রেপ্তাৰ কৰিলে বিষম পৰিস্থিতি হ’ব শৃংখল গ্ৰেপ্তাৰ হ’লে বহিৰাগতই পৰিণাম ভুগিব লাগিব বুলি সকীয়নি আলফা (স্বাঃ)ৰ

Leave A Reply

Your email address will not be published.