Uncategorized

Bollywood: উৰ্বশীৰ বিয়া কেতিয়া তেওঁ নিজেই ক’লে

বলীউডৰ আটাইতকৈ চৰ্চিত আৰু সমালোচনা হোৱা তাৰকাৰ ভিতৰত উৰ্বাশী ৰাওটেলাৰ নাম সদায় শীৰ্ষত থাকে। ইটোৰ পিছত সিটো বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি কৰাত উৰ্বশী অতুলনীয়!...

Vegetable: কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পৰা পাঁচবিধ শাক

আজিকালি প্ৰায় সকলোৱেই কলেষ্টেৰলৰ বাবে চিন্তিত হৈ থাকে। এয়া এক জটিল সমস্যা। শৰীৰটো এই ৰোগত পৰিবলৈ বেছি সময় নালাগে। এই পদাৰ্থ ৰক্তবাহী নলীৰ ভিতৰতহে...

জন্টাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী ম্যানমাৰৰ বিদ্ৰোহী সংগঠন টিএনএলয়ে

ম্যানমাৰৰ শক্তিশালী বিদ্ৰোহী মিত্ৰজোঁটৰ অংশ টায়েং নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে শাসকীয় ম্যানমাৰৰ জন্টাৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে। ম্যানমাৰ-চীন সীমান্তত বছৰজোৰা যুদ্ধৰ অন্তত সোমবাৰে...

BTAD: প্ৰগতিশীল বিটিআৰৰ বাবে যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে বিটিচিৰ প্ৰতিশ্ৰুতি

কোকৰাঝাৰ জিলা প্ৰশাসন,কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় আৰু লেটছ স্মাইল টুগেদাৰ (বেচৰকাৰী সংস্থা)ৰ সহযোগত নেহৰু যুৱ কেন্দ্ৰ কোকৰাঝাৰৰ উদ্যোগত অনুষ্ঠিত জিলা পৰ্যায়ৰ যুৱ উৎসৱ ২৫ আৰু...

Imran Khan । ইমৰাণ খানৰ বিৰুদ্ধে কোন দেশৰ সেনাই দিলে “শ্বু/ট-এ/ট-চা/ই/ট”ৰ নি/ৰ্দে/শ !

পাকি/স্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক (Imran Khan) মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে পাকিস্তানৰ ৰাজধানী ইছলামবাদত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত চৰকাৰে সেনাক হস্তক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে। ইছলামবাগৰ ৰাজপথত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও চাৰিজন পুলিচ আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২৪৫ নং ধাৰাত “শ্বুট এট চাইট”ৰ নিৰ্দেশ জাৰি কৰে - যিটো সশস্ত্ৰ বাহিনীৰ বাবে “বাহ্যিক আগ্ৰাসন বা যুদ্ধৰ ভাবুকিৰ বিৰুদ্ধে পাকিস্তানক ৰক্ষা কৰিবলৈ” উদ্দেশ্য কৰা এটা দফা। সংবাদ মাধ্যমে সেনাবাহিনীৰ এই নিৰ্দেশত সৈনিকসকলক “কাকো ক্ষমা নকৰিবলৈ” নিৰ্দেশ দিছে।

Popular