Breaking

নাজিৰাৰ মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

0 28

নাজিৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
মেকিপুৰ মেমমাটি ১ নং লাইনত উদ্ধাৰ হৈছে মৃতদেহটো ।


মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হৈছে।
মৃতদেহটো মেকীপুৰ এটা পুলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে।


ঘটনাস্থলিত নাজিৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
বৰ্তমান পৰ্যন্ত মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। নাজিৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.