Breaking

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া…

0 24

কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট সন্দৰ্ভত সিন্ধিয়া:

বিগত দহ বছৰে দেশে মোডীৰ নেতৃত্বত বিকাশ আৰু উন্নয়নৰ দিশে আগুৱাইছে..

২০১৪ চনত ভাৰত অৰ্থনৈতিক উন্নয়নৰ দিশত ১১ নম্বৰত আছিল কিন্ত মোডীৰ দহবছৰীয়া নেতৃত্বত ভাৰত পাঁচ নম্বৰত।

বিগত ৫০ বছৰ ইতিহাসত তৃতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ কোনো দলে সক্ষম হোৱা নাছিল যিটো মোডীৰ নেতৃত্বত হৈছে।

২০২৭ চনলৈ জামান আৰু পিছপেলাই ভাৰত আগুৱাই যাব মোডীৰ নেতৃত্বত ।

স্বচ ভাৰত অভিযান আঁচনিৰ অধীনত ১২ কোটি ঘৰ টয়লেট আৰু ঘৰ ঘৰ জল ব্যৱস্থা কৰিছে ।

১১ কোটি ৭০ লাখ লোকৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰিছে।

মহিলা উজ্বলা আঁচনিৰ অধীনত প্ৰায় ১০ কোটি ৫০ লাখ মহিলাক ৰন্ধন গেছ যোগান ধৰিব।

DBT প্ৰক্ৰিয়াৰে হিতাধিকাৰীক আঁচনিৰ ধন প্ৰদান ।

৩৬ লাখ কোটি টকা হিতাধিকাৰী বেংক একাউণ্ট প্ৰদান মোডী চৰকাৰৰ।

Leave A Reply

Your email address will not be published.