Breaking

আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলোঃ পবিত্ৰ মাৰ্ঘেৰিটা! জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা…

0 24

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰ হাস্পতালত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। বিনৰ স্বাস্থ্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰি কয় যে সম্পূৰ্ণ সুস্থ জুবিন, আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলো।

তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এনে হৈছে। লগতে ৰমেন বৰুৱা নিৰুদ্দেশৰ পিছৰে পৰা জুবিনৰ মনটো বেয়া।

লাহে লাহে সুস্থ হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ, ঔষধ খাবলৈ এৰি দিয়াৰ বাবে হঠাৎ অসুস্থ হৈছিল জুবিন। সম্প্ৰতি নেমকেয়াৰ হাস্পতালৰ MICUত চিকিৎসাধীন শিল্পীগৰাকী।

Leave A Reply

Your email address will not be published.