Breaking

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল…

0 33

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল ।

পবিত্ৰ মাৰ্ঘেৰিটা

কংগ্ৰেছৰ নেতাসকলে অযথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য দি থাকে।

মই মন্ত্ৰীত্ব পোৱাকলৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কৰা মন্তব্যক লৈ মই আচৰিত হৈছো।

মই আহোম সম্প্ৰদায়ৰ ভাবিছিলো গৌৰৱ গগৈ এগৰাকী আহোম ব্যক্তি হিচাপ মোক বিৰোধী দলৰ হলেও ভাল পাব বুলি।

গৌৰৱ গগৈ যদি জেষ্ঠ্য সকলক ইমানেই সন্মান কৰে তেন্তে তেওঁৰ কংগ্ৰেছ দলৰ জেষ্ঠ্য নেতা প্ৰদ্যুৎ বৰদলৈক বা আন কোনো পুৰণা নেতাক কিয় বিৰোধীৰ উপ দলপতি পদটো এৰি নিদিয়ে।

ইমানেই যদি কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ প্ৰীতি আছে কিয় ডিব্ৰুগড় সমষ্টিত পৱন সিং ঘটোৱাৰ বা ৰাজু চাহুক আঁতৰাই ৰাখিলে।

লাভ জেহাদৰ সম্মুখীন হোৱা অসমীয়া ছোৱালীৰ কাষত কেতিয়াও ঠিয় নিদিয়ে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ যদি এতিয়াও তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল ভাল বুলি ভাবিছো তেন্তে এনে ভাল দিন সদায় চলি থাকক।

অসমখন ভাগ ভাগ নকৰিবলৈ কংগ্রছ দলক আহ্বান মন্ত্ৰীগৰাকীৰ।

উন্নয়নৰ নামত ৫ বছৰে কলিয়াবৰত একোকে নকৰিলে গৌৰৱ গগৈয়ে।

আমাৰ দল কোনো নিৰ্দিষ্ট ব্যক্তিক লৈ ব্যস্ত নহয়।

Leave A Reply

Your email address will not be published.