Breaking

চাবুৱা-লাহোৱালত ভাৰতীয় সেনা বাহিনী দ্বাৰা আয়োজিত স্বাস্থ্য সেৱা শিৱিৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

0 27

দিনজানস্থিত ভাৰতীয় সেনা বাহিনী দ্বাৰা কাৰ্গিল বিজয় ৰজত জয়ন্তী মহোৎসৱৰ উপলক্ষে আয়োজিত চাবুৱা -লাহোৱাল সমষ্টিৰ বৰাগান্ধৈত এক স্বাস্থ্য সেৱা শিৱিৰ অনুষ্ঠিত কৰে।

এই শিবিৰত দেশৰ বন্দৰ, জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে। লগতে বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধা নিবেদন জনাই।

Leave A Reply

Your email address will not be published.