Breaking

ঐক্য শান্তি আৰু ভাতৃত্ববোধৰ পৰিচয় পৰাম্পৰাগত নাওখেল। নগৰবেৰাৰ মন্দিৰা এন চিত স্বাধীনতা দিবস উপলক্ষে পৰম্পৰাগত নাও খেল…

0 1,559

নগৰবেৰাৰ মন্দিৰা এন চিৰ মালিবাৰী বজাৰত মালিবাৰী আঞ্চলিক নাও খেল পৰিচালনা সমিতিৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি বিশাল নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পৰম্পৰাগত নাও খেল চাবলৈ কেইবা সহস্ৰাধিক লোকৰ সমাগোম ঘটে৷পৰাম্পৰাগতভাৱে অনুষ্ঠিত প্ৰতিযোগিতাখনিত দূৰ দূৰণিৰ কেইবাটাও নাও দলে অংশগ্ৰহণ কৰে৷

সহস্ৰাধিক ৰাইজৰ হৰ্ষোউল্লাসৰ মাজত অনুষ্ঠিত হোৱা নাও খেল উপভোগ কৰি আনন্দিত হৈ পৰে উপস্থিত ৰাইজ৷প্ৰেম ভাতৃত্ববোধৰ বাৰ্তাবাহক এই নাও খেলখন অনুষ্ঠিত কৰি এনেদৰে ৰাইজৰ মাজত একতা সুদৃঢ় কৰিবলৈ অনাগত দিনতো নাওখেল খন অনুষ্ঠিত কৰিবলৈ ৰাইজে আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.