July 21, 2024 যোগীঘোপাৰ সাঁকোমুৰাত পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail যোগীঘোপাৰ সাঁকোমুৰাত শোকাৱহ ঘটনা। পুখুৰীত পৰি এজন লোকৰ অকাল মৃত্যু। মাছ মাৰিবলৈ গৈ মৃত্যু নিৰঞ্জন ৰায় নামৰ লোকজনৰ। ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহটো। Related Articles গুৱাহাটী মহানগৰীত চিলাপথাৰৰ যুৱতীৰ ৰহস্যজনক হত্যা ! Guwahati city দৈনন্দিন বাৰ্তা - January 28, 2025 Cashless Treatment Scheme: ৭ দিনত ১.৫ লাখ টকা! পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোকলৈ ‘নগদবিহীন চিকিৎসা’সেৱা… দৈনন্দিন বাৰ্তা - January 8, 2025 Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ দৈনন্দিন বাৰ্তা - January 8, 2025