Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

গুৱাহাটীৰ উজানবজাৰত চাঞ্চল্যকৰ ঘটনা।(upasa phukan)

ৰহস্যজনকভাৱে মৃত্যু অগপ নেতা ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ।

২ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ।

ঘটনাক লৈ তীব্র চাঞ্চল্য অঞ্চলটোত।

ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষী।

মাতৃৰ সৈতে উজানবজাৰৰ ঘৰত আছিল উপাসা।

পুৱা ৮ বজাত এই ৰহস্যজনক ঘটনা সংঘটিত হয়।

Related Articles