Breaking

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ইউ পি পি এলৰ ক’ৰ কমিটিৰ বৈঠক

0 16

নিশা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ইউ পি পি এলৰ ক’ৰ কমিটিৰ বৈঠক।

ইউ পি পি এল ৰ সভাপতি প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত উপস্থিত থাকিব ইউ পি পি এল ৰ মন্ত্ৰী-বিধায়ক, কাৰ্যবাহী পাৰিষদসকলো।

এই বৈঠকতে নিৰূপণ হ’ব ইউ পি পি এলৰ ভৱিষ্যৎ কৰ্মপন্থা, উপ নিৰ্বাচনৰ ৰণকৌশল।
ইউ পি পি এল

Leave A Reply

Your email address will not be published.