Breaking

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন…

0 24

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৮১ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন৷

হোৱাইট হাউছৰ প্ৰেছ সচিব কাৰাইন জিন পেৰীয়ে সদৰী কৰিছে এই কথা৷

ক’ভিড 19ৰ লক্ষণ ধৰা পৰিছে ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত৷

Leave A Reply

Your email address will not be published.