Breaking

কলিকতা কাণ্ডৰ ন্যায় বিচাৰি চাপৰ চৈবাৰী বাগিছাৰ বিভিন্ন দল সংগঠনৰ লগতে আদিবাসী লোকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন…

0 15

কলিকতা কাণ্ডৰ ন্যায় বিচাৰি চাপৰ চৈবাৰী বাগিছাৰ বিভিন্ন দল সংগঠনৰ লগতে আদিবাসী লোক সকলৰ সহযোগত হাতে হাতে মমবাতিলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।


উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় ৫ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।হত্যাকাৰীৰ ফাঁচীৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি তীব্ৰ ক্ষোভ উজাৰে।

দোষীক সোনকালে কৰায়ত্ত কৰি ফাঁচীৰ দাবী জনায়

Leave A Reply

Your email address will not be published.