Breaking

পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ

0 109

পঞ্চভূতত বিলীন হ’ল যশস্বী অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ।ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। কান্দোনত ভাগি পৰিছে পুত্ৰ-বোৱাৰী, অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ। অনুৰাগী, পুত্ৰ-বোৱাৰী, আত্মীয় সকলো আজি কান্দোনত ভাগি পৰিছে।

Leave A Reply

Your email address will not be published.