Breaking

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদাৰ দেহাৱসান…

0 181

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদা আৰু নাই।

৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰণৱজিৎ চলিহাৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ।

হাওঁফাওঁ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পিতৃ ৰমু চলিহা।

Leave A Reply

Your email address will not be published.