Breaking

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট…

0 73

অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে অসুস্থ ভিনেশ ফোগাট।

পেৰিছৰ হাস্পতালত ভৰ্তি ভাৰতীয় মল্লযোদ্ধাগৰাকীক। অযোগ্য ঘোষণাৰ পাছতে সংজ্ঞাহীন হৈ পৰে ভিনেশ ফোগাট।

ডিহাইড্ৰেশ্যনৰ বাবে সংজ্ঞাহীন হৈ পৰে ফোগাট।

Leave A Reply

Your email address will not be published.