Breaking

ৰিয়ান পৰাগলৈ চাই বিহু নাচিলে বিৰাট কোহলিয়ে…

0 23

ফিল্ডিঙৰ সময়ত এইবাৰ বিহু নৃত্য বিৰাট কোহলিৰ৷

শ্ৰীলংকাৰ সমৰা বিক্ৰমাৰ কেচ ধৰি বিহু নৃত্যৰ ভংগী কোহলিৰ৷

দ্বিতীয়খন এদিনীয়া শৃংখলাৰ মাজতে ৰিয়ান পৰাগলৈ চাই বিহু নৃত্য কৰা দেখিবলৈ পোৱা গ’ল কোহলিক৷

আনহাতে কালি অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত শ্ৰীলংকাৰ জয়৷ শ্ৰীলংকাৰ বিৰুদ্ধে ৩২ ৰানত পৰাজয় ভাৰতৰ৷

Leave A Reply

Your email address will not be published.