Breaking

মহানগৰীৰ সমীপৰ তেতেলীয়া ষ্টেচন য়াৰ্ড লাইনৰ ওপৰেৰে যোৱা ২ লেনযুক্ত উৰণসেতুৰ দৃশ্যাৱলী…

0 27

মহানগৰীৰ সমীপৰ তেতেলীয়া ষ্টেচন য়াৰ্ড লাইনৰ ওপৰেৰে যোৱা ২ লেনযুক্ত উৰণসেতুৰ দৃশ্যাৱলী এয়া।

শেহতীয়াকৈ মুকলি কৰা হৈছে এই ২ লেনযুক্ত উৰণসেতু খন৷

সামাজিক মাধ্যমত এই উৰণসেতুৰ দৃশ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে

এই উৰণ সেতুৱে সুনিশ্চিত কৰিব-

নিৰৱচ্ছিন্ন ৰে’ল চলাচল

ৰাষ্ট্ৰীয় ঘাইপথ আৰু পবিতৰাৰ মাজৰ সুচল যাতায়াত

সোণাপুৰ আৰু মৰিগাঁওবাসীৰ বাবে ভ্ৰমণৰ সহজতা

Leave A Reply

Your email address will not be published.