অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ পৃষ্ঠপোষকতাত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভলিবল খেল প্ৰতিযোগিতা

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ পৃষ্ঠপোষকতাত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভলিবল খেল প্ৰতিযোগিতা

২৬ আৰু ২৭ ফেব্ৰুৱাৰী দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই ভলিবল প্ৰতিযোগিতা খন। খেল খনৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী বিমল বৰা।

Related Articles