Breaking

দিনহাজিৰা কৰা লোকৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ”

0 260

ক’ভিডৰ এই জটিল সন্ধিক্ষণত দিনহাজিৰা কৰা লোকসকলৰ কাষত থিয় দিছে “Warriors,নাৰীত্বৰ এক জাগৰণ ” নামৰ সংগঠণটি৷বিশেষকৈ নাৰী ধৰ্ষণ,নিৰ্যাতন,শিক্ষা,নাৰী সৱলীকৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া সংগঠণটিয়ে ক’ভিডৰ এই জটিল সন্ধিক্ষণত নিজৰ সাঁচতীয়া ধনেৰে আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী দি কিঞ্চিত সহায় কৰাৰ চেষ্টা কৰিছে৷জামুগুৰিহাটতো আজি এইসকল সদস্যই এইদৰেই দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকসকলক সহায়ৰ হাত আগবঢ়াইছে সংগঠণটিয়ে৷

Leave A Reply

Your email address will not be published.