Breaking

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ : মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা…

0 22

ইউ এছ টি এমৰ পৰা উত্তীর্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে, তাৰ চিন্তা চৰ্চা কৰি আছোঁ। বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ ছাত্র ছাত্রীয়ে অসমত সুকীয়া পৰীক্ষা দিব লাগিব।

ইউ এছ টি এমৰ ওপৰত মোৰ খঙটো অলপ বেছি। কাৰণ, ইউ এছ টি এমে আমালৈ পানী এৰি আছে।

তাত এখন মেডিকেল কলেজ বনাইছে, এজনো ৰোগী নাই।

মেডিকেল কাউন্সিলৰ পৰা দল অহাৰ দিনা জোৰকৈ ৰোগী ভৰ্তি কৰাইছে।

মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা

Leave A Reply

Your email address will not be published.