Weather: বতৰে বিহু খুৱাব নে ? বিহুৰ প্ৰাক মুহূৰ্তত বতৰৰ কালৰূপ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন।(Weather)

বিহুৰ আগমুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা সৃষ্টি।

গুৱাহাটী মহানগৰীত ধূলিৰ ধুমুহাত ব্যাহত হৈ পৰিছে জনজীৱন।

গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

আজি ৰাজ্যৰ ১২খনকৈ জিলাত হ’ব ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

বৰষুণ-ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰিছে।

Related Articles