Weather: আজি কোন কোন জিলাত হ’ব বতাহ, বৰষুণ আৰু বজ্ৰপাত ?

আজি গুৱাহাটী মহানগৰীসহ ৭খন জিলাত বতাহ,বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।(Weather)

আজি উৰুকা, বিহুৰ মাজতেই বতৰৰ কালৰূপ।

জিলাই জিলাই পুৱাৰে পৰা বৰষুণ আৰু ধুমুহা।

আনহাতে আজি বতাহ, বৰষুণ আৰু বজ্রপাত হোৱাৰ সম্ভাৱনা আছে ৭খন জিলাত।

বৰপেটা, দৰং, গোৱালপাৰা, কামৰূপ মেট্র’, নলবাৰী, শোণিতপুৰ আৰু ওদালগুৰিত বতাহ, বৰষুণ আৰু বজ্রপাতৰ সম্ভাৱনা।

বতৰৰ আগজাননী দিলে IMD গুৱাহাটীয়ে।

Related Articles