বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভিত্তিত ৱেব ছিৰিজ নিৰ্মাণ ! OTT প্লেটফৰ্ম REEL DRAMA ত উপলব্ধ হ’ব ক্ষুধা…

বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভিত্তিত ৱেব ছিৰিজ নিৰ্মাণ। মূল উপন্যাস ‘ক্ষুধাতুৰ শগুণ’ৰ আধাৰত নিৰ্মাণ “ক্ষুধা”।

সৰ্বমুঠ ৮ টা খণ্ডৰে নিৰ্মিত ৱেব ছিৰিজ খনে মুক্তি লাভ কৰিব ১৪ জুলাইত। ৱেব ছিৰিজ খনত অভিনয় কৰিছে ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰীতম দত্তকে ধৰি বহু জেষ্ঠ কণিষ্ঠ অভিনেতা অভিনেত্ৰীয়ে।

OTT প্লেটফৰ্ম REEL DRAMA ত উপলব্ধ হ’ব ক্ষুধা।

Related Articles