Breaking

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে…

0 19

আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ সৈতে আজি প্ৰায় ৩০গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা।ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭:১৫ বজাত শপত গ্ৰহণ সমাৰোহ।

আজি আজিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, মোক নিমন্ত্ৰণ কৰা হোৱা নাই আৰু এই অনুষ্ঠানলৈ মোৰ যাবলগীয়াও নাই। তেওঁ কয় যে মই চৰকাৰ গঠনৰ বাবে অসাংবিধানিক, অবৈধ দল এটাক শুভেচ্ছা জনাব নোৱাৰো কিন্তু মোৰ শুভেচ্ছা আছে দেশৰ বাবে।

Leave A Reply

Your email address will not be published.