Breaking

কলকাতাত চিকিৎসকৰ ন্য়ায়ৰ দাবীত আজি পশ্চিমবংগ বন্ধ…

0 7

আজি পশ্চিমবংগ বন্ধ! কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ সচিবালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল।

বেৰিকেড ভাঙি ৰাজ্যৰ সচিবালয়ত প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ আৰু পানী হিলৈ নিক্ষেপৰ প্ৰতিবাদ।

পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ বন্ধৰ আহ্বান বিজেপিৰ।

Leave A Reply

Your email address will not be published.