কি কৰে নীতা আম্বানীৰ ভনীয়েক মমতা দলালে? চাওক মুকেশ আম্বানীৰ শাহু আৰু খুলশালীৰ ফটো…

শুক্ৰবাৰে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ সংগীত অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে চেলিব্ৰিটি আৰু আত্মীয়ই জিঅ’ ৱৰ্ল্ড চেণ্টাৰত উপস্থিত হয়। অনন্ত আম্বানীৰ মাহীয়েক মমতা দলাল আৰু আইতাক পূৰ্ণিমা দলালৰ ছবি প্ৰকাশ পাইছে। ছবি সমূহ দেখাৰ পিছত আপুনিও কব যে ভগ্নী নীতাৰ কাৰ্বন কপি। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া ১২ জুলাই। শুভ বিয়াৰ ৮ দিন পূৰ্বে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত আম্বানী পৰিয়ালৰ সংগীত অনুষ্ঠান।

মাতৃ পূৰ্ণিমা দলালৰ সৈতে অনুষ্ঠানত উপস্থিত হয় মমতা দলাল। মমতা দলাল নীতা আম্বানীৰ কনিষ্ঠ ভগ্নী। তেওঁৰ বয়স ৫৭ বছৰ। গুজৰাটী পৰিয়ালৰ মমতা দলাল পেছাত এগৰাকী শিক্ষয়িত্ৰী। নীতা আম্বানীও বিয়াৰ আগতে শিক্ষয়িত্ৰী আছিল। নীতাৰ সৰু ভনীয়েকে ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলত ল’ৰা-ছোৱালীক পঢ়োৱাৰ লগতে পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰে।

Related Articles