Breaking

ধুবুৰীত বাণিজ্যিক মেলাৰ নামত চলিছ কি?

0 34

ধুবুৰীত বাণিজ্যিক মেলাৰ নামত চলিছ কি? লটাৰীৰ নামত চলিছে জুৱা।

ধুবুৰীৰ ঝগৰাৰস্থিত মিনি ষ্টোডিয়ামত যোৱা ২৮ জুলাইৰ পৰা ১০ দিনীয়া বানিজ্যিক মেলা অনুষ্ঠিত হৈছে। কিন্তু উক্ত মেলাখনত দেখিবলৈ পোৱা গৈছে মেলাৰ নামত লাখ লাখ টকাৰ জুৱাৰ বেহা।

বানিজ্যিক মেলাৰ নামত একাংশ লটাৰিৰ নাম ফলক দেখুৱাই দিনে নিশাই চলাই গৈছে জুৱা খেল। দিনে নিশাই মুকলি ভাবে জুৱা খেল চলাৰ অভিযোগক উত্থাপন কৰিছে একাংশ সচেতন মহলে। এই দৃশ্য লৈ মন কৰক এনেকৈ চলাই গৈছে লটৰিৰ নামত জুৱাৰ ৰোমৰমীয়া ব্যৱসায়।


আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

Leave A Reply

Your email address will not be published.