Breaking

লাডাখত সেনাৰ দুৰ্ঘটনাৰ কাৰণ কি! ঘটনাক লৈ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…

0 10

লাডাখত সেনাৰ অনুশীলনৰ সময়ত শ্বহীদ ৫।

সামৰিক অনুশীলনৰ সময়ত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা।

পুৱতি নিশা এল এ চি ৰ সমীপত নদী পাৰ কৰি থকাৰ সময়ত এই দুৰ্ঘটনা।

নদীখন পাৰ হৈ যোৱাৰ সময়ত হঠাতে পানীৰ স্তৰ বাঢ়ি যায়, যাৰ বাবে এই পাঁচজন জোৱান উটি যায়।

এতিয়াও আটাইকেইজন জোৱানত উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ডাৱৰ বিস্ফোৰণৰ ফলতেই পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পায় আৰু জোৱান কেইজন উটি যায়।

দুৰ্ঘটনাত নিহত হোৱা জোৱান কেইজন হ’লঃ আৰআইএছ এম আৰ কে ৰেড্ডী, ডিএফআৰ ভূপেন্দ্প নেগী, এলডি অকদুম তৈয়বম,

কনিষ্ঠবল কে খান, চিএফএন নাগৰাজ পি ( এল আৰ ডি ডব্লুউ )।

ঘটনাৰ ওপৰত শোক ব্যক্ত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Leave A Reply